Category: Quantam
-
কার্য্য-কাৰণ(Theor of Causuality)–
কার্য্য-কাৰণ(Theor of Causuality)– বিজ্ঞানৰ যুক্তি অনুসৰি প্রত্যেকটো কার্য্যৰে একোটা কাৰণ আছে; অর্থাৎ বিজ্ঞান চর্চ্চাত কার্য্য-কাৰণৰ নীতিটো এৰাই চলিব নোৱাৰি। কিন্তু কাৰণ থাকিলেহে কার্য্য সংঘটিত হ’ব পাৰে বুলি ধৰি ললে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ কাৰণটো ব্যাখ্যা কৰিব নোৱাৰি। [ CLICK here=http://syedjehu.wordpress.com/2011/12/20/basic-concepts-of-cause-and-effect/] কাৰণ সৃষ্টিৰ মুহূর্তৰ পৰাই স্থান-কাল সকলো আৰম্ভ হৈছে। গতিকে তাৰ আগৰ বুলি কোনো কাৰণ থাকিব নোৱাৰে।…