Category: Messenger
-
মানুহৰ মাজৰ পৰাই ৰছুল নিৰ্বাচিত হয়। তেওঁ আমাৰ দৰেই জনতা।
মানুহৰ মাজৰ পৰাই ৰছুল নিৰ্বাচিত হয়। তেওঁ আমাৰ দৰেই জনতা। Reference:2:129, 3:164, 6:130, 7:35, 23:32,।।।২:১২৯رَبَّنَا وَابْعَثْ فِيهِمْ رَسُولًا مِنْهُمْ يَتْلُو عَلَيْهِمْ آيَاتِكَ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُزَكِّيهِمْ ۚ إِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক…